Nagsankar Temple, Chatia, Biswanath Chariali
নাগশংকৰ মন্দিৰ অসমৰ বৰ্তমান বিশ্বনাথ জিলাত অৱস্থিত এটি ঐতিহ্যমণ্ডিত শিৱ মন্দিৰ। অসমৰ প্ৰধান শৈৱ পীঠস্থান সমূহৰ ভিতৰত নাগশংকৰ মন্দিৰ অন্যতম। দৈনিক যথা ৰীতি এই মন্দিৰত পূজা-অৰ্চনা কৰা হয়। মন্দিৰটোৰ নামেৰে এই অঞ্চলটোৰ নামো নাগশংকৰ পৰিছে। শোণিতপুৰ জিলাৰ সদৰ চহৰ তেজপুৰৰ পৰা নাগশংকৰ মন্দিৰৰ দূৰত্ব ৫৮ কিলোমিটাৰ। ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণে এক কিলোমিটাৰ ভিতৰলৈ সোমায়েই নাগ শংকৰ মন্দিৰৰ অৱস্থান। যোগাযোগৰ সু-ব্যৱস্থাৰ হেতুকে এই মন্দিৰত বছৰত বাৰ মাহে ভক্তৰ ভিৰ পৰিলক্ষিত হয়☆✨ মন্দিৰ চৌহদত অৱস্থিত এটি প্ৰকাণ্ড জলাশয়ত থকা শতায়ু গৰকা কাছকেইটাও মন্দিৰটোৰ পৰ্যটন ব্যৱস্থাত অৰিহণা যোগাইছে। শিৱৰ সহচৰ বুলি গণ্য কৰা এই কাছকেইটাক প্ৰতিদিনে মন্দিৰৰ প্ৰসাদ আৰু ভোগ অৰ্পণ কৰা হয়। দৰ্শনাৰ্থী সকলেও কাছকেইটিক প্ৰসাদ আগবঢোৱা পৰিলক্ষিত হয়। বৰ্তমান মন্দিৰৰ সৌন্দৰ্য বৃদ্ধিৰ ক্ষেত্ৰত মন্দিৰ পৰিচালনা সমিতিয়ে বিশেষ উদ্যোগ হাতত লৈছে[উদ্ধৃতিৰ প্ৰয়োজন]। বিলুপ্তপ্ৰায় প্ৰজাতিৰ কাছসমূহৰ সংৰক্ষণৰ বাবে প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত এই মন্দিৰত বিশেষ আঁচনি হাতত লোৱা হৈছে। অসমৰ চাৰিওফালৰ বিভিন্ন ঠাইৰ যাত্ৰীৰ দৈনিক এই মন্দিৰ সমাগম হয়। প্ৰতি বছৰে শিৱৰাত্ৰি আৰু বহাগৰ গোঁসাই বিহুত এই মন্দিৰত ডাঙৰকৈ মেলা অনুষ্ঠিত কৰা হয়☺✨
নাগশংকৰ মন্দিৰৰ ইতিহাস
মন্দিৰটোৰ উৎপত্তিৰ কিংবদন্তী অনুসৰি ভগৱান বিষ্ণুৱে খণ্ডিত কৰা দেৱী সতীৰ নাভি অংশ এই মন্দিৰত পৰিছিল। এই নাভি অংশ পৰা ঠাইতে শিৱ লিংগ স্থাপন কৰি পৰৱৰ্তী সময়ত মন্দিৰ স্থাপন কৰা হয়। অন্য এক কিংবদন্তী অনুসৰি শোণিতপুৰত ৰাজত্ব কৰা বাণ ৰজায়ে বিশ্বনাথত দ্বিতীয় কাশী স্থাপন কৰিবলৈ বিচাৰিছিল আৰু সেই হেতুকে ১০০০ শিৱলিংগ স্থাপন কৰিছিল। পিছে মহাদেৱে দ্বিতীয় কাশী পৰিদৰ্শন কৰিবলৈ আহি এটা শিৱলিংগ কম দেখা পায় আৰু মনৰ বেজাৰত শুই পৰোতে এই স্থানতে মহাদেৱৰ নাভিয়ে স্পৰ্শ কৰে। পিছলৈ এই স্থানতে শিৱলিংগ স্থাপন কৰি পূজা-অৰ্চনা কৰি অহা হৈছে। অন্য এক জনশ্ৰুতি মতে পাণ্ডৱ সকলৰ পুৰোহিত ধৌম্য মুণিয়ে এই নাভিচিহ্নতে শিৱৰ আৰাধনা কৰিছিল। পাণ্ডৱসকলে অজ্ঞাতবাসৰ কালচোৱাত ধৌম্য মুণিক লগ পায় আৰু তেওঁলোকৰ পুৰোহিত হিচাপে লগত লৈ যায়। তাৰ পিছৰেপৰা বহুদিনলৈ এই স্থানত পূজা-অৰ্চনা লোপ পায়। খ্ৰীষ্টিয় চতুৰ্থ শতিকাৰ আগভাগত জিতাৰী বংশৰ ৰজা প্ৰতাপ সিংহই এই মন্দিৰৰ পুনৰোদ্ধাৰ কৰে। সেই শতিকাৰে শেষভাগত নাগশংকৰ বা নগাক্ষ ৰজাই এই মন্দিৰত নিয়মিত পূজা অৰ্চনা কৰিছিল বুলি জনা যায়। ৰজা নগাক্ষ এই মন্দিৰৰ প্ৰধান পৃষ্ঠপোষক আছিল✨ এইজন ৰজাৰ পিছত পুনৰ বহুবছৰলৈ এই মন্দিৰৰ পূজা-সেৱা বন্ধ হৈ পৰে। ইয়াৰ পিছত আহোম স্বৰ্গদেউ চুচেনফাই ১৪৮০ খ্ৰীষ্টাব্দত এই মন্দিৰৰ পুনৰ নিৰ্মাণ কৰোৱাই✨ আৰু মন্দিৰৰ নামত দেৱোত্তৰ মাটি ৮৩৩ বিঘা দান কৰে। এই মন্দিৰৰ ভিতৰত গহ্বৰৰ পানীত শিৱলিংগ স্থাপন কৰা আছে। তদুপৰি বিষ্ণুমূৰ্তি, যোনিকুণ্ড, শালগ্ৰামৰ মূৰ্তি স্থাপন কৰা আছে☆নাগশংকৰ মন্দিৰত পূজা-অৰ্চনা কৰিলে অভীষ্ট সিদ্ধি হয় বুলি জনমানসত দৃঢ় বিশ্বাস আছে☆❇
*Infomation Source* : Mahabhairab tezpur মহাভৈৰৱ Fcebook Page
Share, Support, Subscribe!!!
►Youtube:
►Like us on Facebook:
►Follow us on Twitter:
►Follow us on Google+
Nag shankar mandir
Nag shankar mandir jamoguri
Xokolue video Tu saba aru share koriba, aru Chanel Tu subscribe koriba
Tqqq
Nagsankar mandir in Assam
Nagsankar mandir in Assam
Nagsankar Mandir || নাগশঙ্কৰ দেৱালয় || Nagsankar || Biswanath || Assam
নাগশংকৰ দেৱালয় বৰ্তমান অসমৰ বিশ্বনাথ জিলাত অৱস্থিত ঐতিহ্য মণ্ডিত তীৰ্থস্থান।
মন্দিৰটোৰ উৎপত্তিৰ কিংবদন্তী অনুসৰি ভগৱান বিষ্ণুৱে খণ্ডিত কৰা দেৱী সতীৰ নাভি অংশ এই মন্দিৰত পৰিছিল। এই নাভি অংশ পৰা ঠাইতে শিৱ লিংগ স্থাপন কৰি পৰৱৰ্তী সময়ত মন্দিৰ স্থাপন কৰা হয়।
অন্য এক কিংবদন্তী অনুসৰি শোণিতপুৰত ৰাজত্ব কৰা বাণ ৰজায়ে বিশ্বনাথত দ্বিতীয় কাশী স্থাপন কৰিবলৈ বিচাৰিছিল আৰু সেই হেতুকে ১০০০ শিৱলিংগ স্থাপন কৰিছিল। পিছে মহাদেৱে দ্বিতীয় কাশী পৰিদৰ্শন কৰিবলৈ আহি এটা শিৱলিংগ কম দেখা পায় আৰু মনৰ বেজাৰত শুই পৰোতে এই স্থানতে মহাদেৱৰ নাভিয়ে স্পৰ্শ কৰে।
পিছলৈ এই স্থানতে শিৱলিংগ স্থাপন কৰি পূজা-অৰ্চনা কৰি অহা হৈছে। অন্য এক জনশ্ৰুতি মতে পাণ্ডৱ সকলৰ পুৰোহিত ধৌম্য মুণিয়ে এই নাভিচিহ্নতে শিৱৰ আৰাধনা কৰিছিল। পাণ্ডৱসকলে অজ্ঞাতবাসৰ কালচোৱাত ধৌম্য মুণিক লগ পায় আৰু তেওঁলোকৰ পুৰোহিত হিচাপে লগত লৈ যায়। তাৰ পিছৰেপৰা বহুদিনলৈ এই স্থানত পূজা-অৰ্চনা লোপ পায়। খ্ৰীষ্টিয় চতুৰ্থ শতিকাৰ আগভাগত জিতাৰী বংশৰ ৰজা প্ৰতাপ সিংহই এই মন্দিৰৰ পুনৰোদ্ধাৰ কৰে। সেই শতিকাৰে শেষভাগত নাগশংকৰ বা নগাক্ষ ৰজাই এই মন্দিৰত নিয়মিত পূজা অৰ্চনা কৰিছিল বুলি জনা যায়। ৰজা নগাক্ষ এই মন্দিৰৰ প্ৰধান পৃষ্ঠপোষক আছিল
এইজন ৰজাৰ পিছত পুনৰ বহুবছৰলৈ এই মন্দিৰৰ পূজা-সেৱা বন্ধ হৈ পৰে।
ইয়াৰ পিছত আহোম স্বৰ্গদেউ চুচেনফাই ১৪৮০ খ্ৰীষ্টাব্দত এই মন্দিৰৰ পুনৰ নিৰ্মাণ কৰোৱাই আৰু মন্দিৰৰ নামত দেৱোত্তৰ মাটি ৮৩৩ বিঘা দান কৰে।
এই মন্দিৰৰ ভিতৰত গহ্বৰৰ পানীত শিৱলিংগ স্থাপন কৰা আছে। তদুপৰি বিষ্ণুমূৰ্তি, যোনিকুণ্ড, শালগ্ৰামৰ মূৰ্তি স্থাপন কৰা আছে নাগশংকৰ মন্দিৰত পূজা-অৰ্চনা কৰিলে অভীষ্ট সিদ্ধি হয় বুলি জনমানসত দৃঢ় বিশ্বাস আছে ।
Information Source__-- Mahabhairab Tezpur মহাভৈৰৱ Facebook Page.
লেখক... শ্ৰী বিশ্বজিৎ চক্ৰৱৰ্তী
प्राचीन शिव मंदिर/Mahabhairav Temple,Tezpur,Assam/Shiv Temple
Hello Friends
Welcome back to Colours and Flavours
here is the Views of ancient Mahabhairav Temple #Tezpur,Assam
I hope you like this video
please SUBSCRIBE my channel
#coloursandflavours #shivtemple
#placestovisit
#assam
#touristplace
#mahabhairavtemple
For Watching my all videos click here
Mere sare videos ko dekhne ke liye yahan click karain
मेरे सारे वीडियो को देखने के लिए यहां क्लिक कीजिए
All PLACES to VISIT/tourist places views Videos
তেজপুৰৰ মহাভৈৰৱ মন্দিৰ
তেজপুৰৰ মহাভৈৰৱ মন্দিৰ।।। tezpur mohabhoirab temple
#Nag#Shankara#Mandir in Assam
Welcome
to
Nag Shankara Mandir in
kusumtola
near
Bisonat shareli
You must come here
This place is so peaceful.
Please like, share and you can follow me on facebook :
Google :
Turtles||Nagsankar temple||Temples of Assam.
I and my uncle went to nagsankar temple on Sunday. There are many turtles there
Nagsankar Mandir Turtile Pond
The Nag-Sankar Temple of Tezpur is situated in its east at Jamugiri, Sonitpur District. This temple is said to have been built by King Narasankar of Nagakha in 4th century AD. Later on it was repaired by Ahom king Su-sen-pha in 1480. The premises of this temple contain a large pond comprising a large variety of soft-shell turtles and several fishes. Some of these turtles are even believed to be hundreds of years old. Its campus also has animals like peacocks, deer and pythons.
Video By Raja on 09-06-2013
Pub nagsankar ras
Pub nagsankar ras
Best Attractions and Places to See in Tezpur, India
Tezpur Travel Guide. MUST WATCH. Top things you have to do in Tezpur. We have sorted Tourist Attractions in Tezpur for You. Discover Tezpur as per the Traveler Resources given by our Travel Specialists. You will not miss any fun thing to do in Tezpur.
This Video has covered Best Attractions and Things to do in Tezpur.
Don't forget to Subscribe our channel to view more travel videos. Click on Bell ICON to get the notification of updates Immediately.
List of Best Things to do in Tezpur, India.
Agnigarh Hill
Mahabhairab Temple
Chitralekha Udyan
Kalia Bhomora Setu
Nag-Sankar Temple
Prashaanti Tourist Lodge
Dhekiajuli
Bura-Chapori Wildlife Sanctuary
nagsankar temple Assamese vlog, নাগশঙ্কৰ মন্দিৰৰ কাছ মোহন আৰু নাই। biswanath, Assam
#nagshankar_temple_vlog
নাগশংকৰ মন্দিৰ চতিয়াৰ প্ৰাণকেন্দ্ৰৰ পৰা পশ্চিমে প্ৰায় ৫কিলোমিটাৰ নিলগত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণে এক কিলোমিটাৰ ভিতৰলৈ সোমায়েই নাগশংকৰ মন্দিৰৰ অবস্থান যোগাযোগৰ সু-ব্যৱস্হা হেতুকে এই মন্দিৰত বছৰৰ বাৰ মাহেই ভক্তৰ ভিৰ হয় |মন্দিৰ চৌহদত অবস্থিত এটি প্ৰকাণ্ড জলাশয়ত থকা শতায়ু গৰকা কাছকেইটাও মন্দিৰটোৰ পৰ্যটন ব্যৱস্থাত অৰিহনা যোগাইছে |ভাৰতৰ মুঠ ১৩৮ খন প্ৰাচীন শৈৱপীঠৰ ভিতৰত ইয়ো এখন উল্লেখযোগ্যভাৱে ঠাই অধিকাৰ কৰি ৰাখিছে |মন্দিৰটোৰ মূল বিষয় হ'ল মন্দিৰটোৰ ভিতৰত সো-মাজত থকা প্ৰকাণ্ড নাদটো শিলৰে নিৰ্মিত বৰ্গক্ষেত্ৰৰ এই গহ্বৰটো দীঘ-প্ৰস্থ প্ৰায় ১২ মিটাৰ আৰু তলীত ২প্ৰায় ফুট ওখ এটি শিৱ লিংগ আছে|তদুপৰি বিষ্ণু মূৰ্তি, যোনিকুণ্ড,শালগ্ৰামৰ মূৰ্তি স্হাপন কৰা আছে|প্ৰতি বছৰে শিৱৰাত্ৰি আৰু বহাগৰ গোহাঁই বিহুত এই মন্দিৰত ডাঙৰকৈ মেলা অনুস্থিত কৰা হয়।
নাগশংকৰ মন্দিৰৰ জন্ম সম্পৰ্কত কেইবাটাও কিংবদন্তি জড়িত হৈ আছে তাৰে ভিতৰত -
প্ৰবাদ মতে দক্ষৰ যজ্ঞৰ সময়ত সতীয়ে দেহত্যাগ কৰাত মহাদেৱে সতীৰ মৃতদেহতটো লৈ ঘুৰি ফুৰোতে সতীৰ নাভী অংশ এই স্থানত পৰাত শিবলিংগ স্থাপন কৰি পৰবর্তী সময়ত মন্দিৰ স্থাপন কৰা হয় |
অন্য এক কিংবদন্তি অনুসৰি শোণিতপুৰত ৰাজত্ব কৰা বান ৰজায়ে বিশ্বনাথত দ্বিতীয় কাশী স্থাপন কৰিবলৈ আৰু সেই হেতুকে ১০০০ শিৱলিংগ স্থাপন কৰিছিল |পিছে মহাদেৱে দ্বিতীয় কাশী পৰিদর্শন কৰিবলৈ আহি এটা শিৱলিংগ কম দেখা পায় আৰু মনৰ বেজাৰত শুই পৰোতে এই স্থানতে মহাদেৱৰ নাভীয়ে স্পৰ্শ কৰে |পিছলৈ এই স্থানতে শিৱলিংগ স্হাপন কৰি পূজা-অৰ্চনা কৰি অহা হৈছে। ধন্যবাদ
মহাভৈৰৱ মন্দিৰ শিৱৰাত্ৰী #tezpur #MahabhairabTempleTezpur #Assamesvlog Mahabhairab Temple Tezpur
Mahabhairab Temple Tezpur,
Video collected during Maha Sivratri on Date :- 14-02-2018.
Watch Another Video :-
1) Vlog Mahabhoirab Mandir Tezpur :-
2) Magh Bihu UzanBazar, Guwahati 2019 :-
3) Rangghar ৰংঘৰ, Sivsagar, Assam, India :-
4) Talatal Ghar, Sivsagar, Assam, India (তলাতল ঘৰ) :-
5) Tezpur Brahamputra Ethnic Festible 2018 (02-02-2018) :-
6) Making a Meji Ghar/ Blela Ghar Before Bhogali Bihu 2017 :-
7) Sukafa Khetro Jorhat, Assam, India :-
#NectaCreation
Giant Turtles of Nagsankar Temple, Assam
Nagsankar Temple is one of ancient Hindu temple of Assam.
Nagsankar Mandir is situated east of Tezpur , a place called Chatia, near Biswanath Chariali. There are very minimal chances that you got a view of such a giant turtle.
GANESHGHAT MANDIR TEZPUR ASSAM
THIS TEMPLE IS SITUATED NORTH BANK OF THE RIVER BRAHMAPUTRA..IN THE TEZPUR DISTRICT ASSAM..GANESHA IS ARISES FROM ON A STONE ROCK AT THIS TEMPLE..TEMPLE IS REALLY BEAUTYFULL WITH THE SUNNY ENVIRONMENT OF THE COOL BREZZY AIR OF RIVER BRAHMAPUTRA.
Nag sankar temple (Assam)
BELESHWAR SHIV TEMPLE❏❏ TEZPUR❏❏ ASSAM
Tezpur Mahabhairab Temple
(VLOG)Tezpur Mahabhairav Temple || Assamese vlog -Jagadish Baishya
An Assamese vlog of tezpur mahabhairav Temple
#mahabhairav #tezpur #assamesevlog #jagadishbaishya
Music provided by